33 C
Guwahati
Wednesday, September 28, 2022
More

    নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত ছাত্ৰ সংগঠনৰ

    ৰাজ্যৰ কেইবাখনো স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

    নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গোগামুখ মহৰি কেম্পত মানব শৃংখল কাৰ্যসূচী ৰূপায়ন। ধেমাজি, লখিমপুৰ, মাজুলী আৰু বিশ্বনাথ চাৰিআলি জিলা সমিতিৰ কেইবাশতাধিক প্ৰতিবাদীৰ অংশগ্ৰহণ।

    ইফালে লখিমপুৰৰ লালুকত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ টাই আহোম যুৱ ছাত্ৰ সন্মিলনৰ। বৃহৎ নদীবান্ধ বন্ধ কৰাৰ লগতে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ৰ পৰা মহা বিদ্যালয় পৰ্যন্ত টাই ভাষাত পাঠদানৰ ব্যৱস্থা গ্ৰহণৰ দাবী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰা দোষীৰ বিৰুদ্ধেও শাস্তিৰ দাবী প্ৰতিবাদকাৰীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং