25 C
Guwahati
Wednesday, October 20, 2021
More

    বঙাইগাঁৱত ITIত শিক্ষকে প্ৰহাৰ কৰিলে ছাত্ৰ একতা সভাৰ সম্পাদকক, চাওক VIDEO

    আৰক্ষীয়ে আটক কৰিলে শিক্ষক গোবিন্দ নাৰায়ন দেৱক

    বঙাইগাঁৱত ITIত শিক্ষকে প্ৰহাৰ কৰিলে ছাত্ৰ একতা সভাৰ সম্পাদকক৷ এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষক গোবিন্দ নাৰায়ন দেৱ আৰু হৰমোহন চৌধুৰীয়ে প্ৰহাৰ কৰে ছাত্ৰক ৷ আৰক্ষীয়ে আটক কৰিলে শিক্ষক গোবিন্দ নাৰায়ন দেৱক ৷

    Beaten

    বঙাইগাঁৱত ITIত শিক্ষকে প্ৰহাৰ কৰিলে ছাত্ৰ একতা সভাৰ সম্পাদকক৷ এই ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষক গোবিন্দ নাৰায়ন দেৱ আৰু হৰমোহন চৌধুৰীয়ে প্ৰহাৰ কৰে ছাত্ৰক৷ আৰক্ষীয়ে আটক কৰিলে শিক্ষক গোবিন্দ নাৰায়ন দেৱক ৷

    Posted by TIME8 অসম on Thursday, 20 February 2020

    অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনৰ উদ্যোগত প্ৰশিক্ষন প্ৰতিষ্ঠানখনত বিগত বছৰ বছৰ ধৰি পৰ্বত সম দুৰ্নীতি সংঘটিত কৰি আহিছে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰু গাননিকে ৷ প্ৰতিষ্ঠানখনত হোৱা দুৰ্নীতিৰ তদন্তৰ বাবে বিগত তিনি দিন ধৰি ছাত্ৰ একতা সভা আৰু ছাত্ৰ-ছাত্ৰী সকলে ধৰ্মঘট কৰি আহিছে ৷ কিন্তু আজি প্ৰতিষ্ঠানখনৰ প্ৰশিক্ষকে এই কাৰ্যত ক্ষোভিত হৈ প্ৰহাৰ কৰে ছাত্ৰ একতা সভাৰ সম্পাদকক।

    Photo: Time8

    Input: Prasanta Ray

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং