27 C
Guwahati
Tuesday, September 27, 2022
More

    বিলাসীপাৰাৰ চিৰাকুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, এটি শিশু নিহত

    স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ভেনখন জব্দ কৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন চালকজনৰ

    বিলাসীপাৰাৰ চিৰাকুটাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী পিকাপ ভেনে মহটিয়াই নিলে এটি ৪ বছৰীয়া শিশুক। ততালিকে শিশুটিক বিলাসীপাৰা অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিত্সকে শিশুটিক মৃত ঘোষণা কৰে।

    স্থানীয় ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ভেনখন জব্দ কৰে যদিও ঘটনাস্থলীৰ পৰা পলায়ন চালকজনৰ। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বাহনখন থানালৈ লৈ যায়। দুৰ্ঘটনাত নিহত শিশুটিৰ নাম সাহানুৰ ইছলাম।

    Image credit: knysnaplettherald.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং