25 C
Guwahati
Wednesday, October 20, 2021
More

    সুখবৰ; গুৱাহাটী আৰু চেন্নাইৰ মাজত চলিব বিশেষ ৰে’ল

    টুইটাৰ যোগে এই কথা জনালে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই

    যাত্ৰীলৈ সুখবৰ। গুৱাহাটীৰ পৰা চেন্নাই আৰু চেন্নাইৰ পৰা গুৱাহাটীলৈ চলিব বিশেষ ৰে’ল। টুইটাৰ যোগে এই কথা জনালে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই। ১১ মাৰ্চ ২০২০ পৰা ১ এপ্ৰিল ২০২০লৈ গুৱাহাটীৰ পৰা চেন্নাইলৈ চলাচল কৰিব ০৬৩৩৭ নম্বৰৰ ৰে’লখন।

    আনহাতে ৯ মাৰ্চ ২০২০ পৰা ৩০ মাৰ্চলৈ চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে আহিব ০৬৩৩৮ নম্বৰৰ ৰে’লখন। গুৱাহাটীৰ পৰা বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আৰু চেন্নাইৰ পৰা বুধবাৰ, মঙলবাৰ আৰু সোমবাৰে চলাচল কৰিব ২২ টা দবা সংলগ্ন এই বিশেষ ৰে’ল।

    Photo Credit: Youtube

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং