23 C
Guwahati
Wednesday, December 1, 2021
More

    Breaking: নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক বদলি

    নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক পদত নিযুক্ত গৌৰৱ অভিজিৎ দিলীপ

    নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিক ডেপুটেশ্যনত NIAৰ দিল্লী মুখ্যকাৰ্যালয়লৈ বদলি কৰা হৈছে। নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক পদত নিযুক্ত গৌৰৱ অভিজিৎ দিলীপ। পূৰ্বে ডিমা হাচাওৰ আৰক্ষী অধীক্ষক আছিল গৌৰৱ অভিজিৎ।

    বৰ্তমান বীৰ বিক্ৰম গগৈক নিযুক্ত কৰা হৈছে ডিমা হাচাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে। CIDৰ বদলি কৰা হৈছে গগৈক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং