27 C
Guwahati
Tuesday, November 30, 2021
More

    Breaking: বাক্সাত দুৰ্বৃত্তই জ্বলালে এৱছুৰ ৰূপহী আঞ্চলিক সমিতিৰ কাৰ্যালয়

    কাৰ্যালয়টো জ্বলাই দিয়াৰ লগতে তাত থিয় হৈ থকা বাইকতো অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই

    বাক্সাৰ শালবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ৩১ ডিচেম্বৰৰ নিশা দুৰ্বৃত্তই জ্বলাই দিলে এৱছুৰ ৰূপহী আঞ্চলিক সমিতিৰ কাৰ্যালয়। কাৰ্যালয়টোৰ আচবাব সমূহো জ্বলাই দিয়ে দুৰ্বৃত্তই। কাৰ্যালয়টো জ্বলাই দিয়াৰ লগতে তাত থিয় হৈ থকা বাইকতো অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই।

    ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। বৰ্তমানো জানিবলৈ পৰা নাই কোনে জ্বলালে এৱছুৰ কাৰ্যালয়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং