23.4 C
Guwahati
Wednesday, October 20, 2021
More

    অখিলক সাক্ষাতৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে

    গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদ মেলৰো আয়োজন কৰে দুয়োগৰাকীয়ে

    আজি দিনৰ ৩ বজাত গান্ধীবস্তিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদ মেল সম্বোধন কৰে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰ আৰু মেগছেছে বঁটা বিজয়ী সমাজকৰ্মী সন্দীপ পাণ্ডে।

    পিছে সংবাদমেল আয়োজন হোৱাৰ পূৰ্বে দুয়ো বিশিষ্ট ব্যক্তি উপস্থিত হয় গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। ‘কা’ বিৰোধী ৰোষত আটক কৰা কৃষক মুক্তি নেতা অখিল গগৈক লগ ধৰাৰ উদ্দেশ্যেই কাৰাগাৰত উপস্থিত উপস্থিত হয় মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডে।

    Photo Credit: Smita Rani Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং