28 C
Guwahati
Tuesday, October 4, 2022
More

    শান্তি সমদলেৰে নাগালেণ্ডৰ প্ৰতিবাদী জনতা ৰাজপথলৈ

    শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে

    নাগৰিকত্ব সংশোধনী আইনক লৈ নাগালেণ্ডৰ ডিমাপুৰতো চলিছে তীব্ৰ প্রতিবাদ। নাগালেণ্ডত থকা অসমীয়াই নাগৰিকত্ব সংশোধনী আইন বিৰোধ কৰি ওলাই আহিছে ৰাজপথলৈ। হাতে হাতে মমবাতি লৈ শান্তিসমদল উলিয়াই এইদৰে নামে প্ৰতিবাদত।

    এই সমদলত ভাগ লয় নাগালেণ্ডত থকা প্ৰায় সমুহ অসমীয়া জনতাই। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধ কৰি নিজৰ নিজৰ স্থিতি স্পষ্ট কৰে জনসাধাৰণে। কোনো কাৰণতে মানি লোৱা নহ’ব এই জাতিধ্বংসী আইন। শান্তি ভাৱে ভাগলোৱা এই সমদলত কেৱল প্লেকাৰ্ড লৈ এটাও শব্দ নকৰাকৈয়ে জনতা আগবাঢ়ে ৰাজপথে ৰাজপথে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং