32 C
Guwahati
Tuesday, August 2, 2022
More

    NRCক লৈ পুনৰ বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ

    উপাধি চাইহে ডি ভোটাৰতহে নাম আহিছে। নিৰ্বাচন আয়োগকো কটাক্ষ কৰে বিধায়কগৰাকীয়ে।

    NRCত এতিয়া তৃতীয় পক্ষ। উপাধি চাইহে ডি ভোটাৰতহে নাম আহিছে। নিৰ্বাচন আয়োগকো কটাক্ষ কৰে বিধায়কগৰাকীয়ে। আমি বিদেশীমুক্ত অসম বিচাৰো মন্তব্য। এজন ধনী মানুহৰ নাম কওঁকচোন যাৰ নাম ডি ভোটাৰত আহিছে।- মন্তব্য শিলাদিত্য দেৱৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং