14 C
Guwahati
Friday, January 21, 2022
More

    NRCক লৈ শিলাদিত্য দেবৰ আন এক মন্তব্য, এইবাৰ কি ক’লে বিজেপি বিধায়কজনে?

    চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাবলৈ মাজত মাত্ৰ ৪টা দিনহে। তেনে সময়তে NRC প্ৰসংগত এটাৰ পিছত আনটো মন্তব্য প্ৰকাশ কৰি আহিছে বিজেপি বিধায়ক শিলাদিত্য দেবে।

    TIME8ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপি বিধায়কজনে ক’লে যে আমছু আৰু AIUDF-এ এইবাৰ বৰ ধুনীয়াকৈ মেনেজ কৰিছে NRC।

    Guwahati | Edited by: Dulu Medhi