26 C
Guwahati
Wednesday, September 28, 2022
More

    লভ জেহাদৰ বিৰুদ্ধে হিন্দু যুৱতী-মহিলা সতৰ্ক হৈ থাকিব লাগেঃ শিলাদিত্য দেৱ

    ফোন ব্যৱহাৰ কৰিও বাংলাদেশী জেহাদী আমাৰ ঘৰত সোমোৱা বুলি অভিযোগ উত্থাপন কৰে শিলাদিত্য দেৱে

    লভ জেহাদৰ বিৰুদ্ধে হিন্দু যুৱতী-মহিলাসকল সতৰ্ক থাকিব লাগে।’- টংলাত অনুষ্ঠিত বহু বিতৰ্কিত NRCৰ এখন সজাগতা সভাত অংশগ্ৰহণ কৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ এই বিস্ফোৰণ। লাভ জেহাদৰ বিৰুদ্ধে সতৰ্ক হৈ থকাৰ লগতে স্মাৰ্ট ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰটো সতৰ্ক হৈ থকাৰ আহ্বান জনালে বিধায়কগৰাকীয়ে।

    ফোন ব্যৱহাৰ কৰিও বাংলাদেশী জেহাদী আমাৰ ঘৰত সোমোৱা বুলি অভিযোগ উত্থাপন কৰে শিলাদিত্য দেৱে। সাৰা আছাম বঙালী ফেডাৰেচনৰ উদ্যোগত টংলাৰ পালপাৰাত অনুষ্ঠিত হোৱা সভাত NRCক লৈ বঙালী লোকক শংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰে দেৱে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং