29 C
Guwahati
Sunday, June 4, 2023
More

    NRCৰ কথা কওতে সদনৰ সময় নষ্ট কৰা বুলি কোৱা কথা দুৰ্ভাগ্যজনক আখ্যা শ্বেৰমান আলীৰ

    হিতেশ দেৱ শৰ্মা NRC সমন্বয়ক পদৰ বাবে যোগ্য নহয় বুলি দাবী বিধায়ক শ্বেৰমান আলী আহমেদৰ

    হিতেশ দেৱ শৰ্মা NRC সমন্বয়ক পদৰ বাবে যোগ্য নহয় বুলি দাবী বিধায়ক শ্বেৰমান আলী আহমেদৰ। চৰকাৰে হিতেশ দেৱ শৰ্মাক NRCৰ বাবে যোগ্য বুলি সদনত উল্লেখ কৰাত ক্ষুব্ধ শ্বেৰমান। এই সন্দৰ্ভত Point Of Orderৰ জৰিয়তে সদনক বিপথে পৰিচালনা কৰাৰ অভিযোগত মন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ আনিব বিচাৰিছিল। যাৰ কাৰণে সদনৰ পৰা উলিয়াই দিলে শ্বেৰমান আলীক।

    বিশ্বাস ভংগ কৰাৰ অভিযোগ উত্থাপন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধে। দলৰ গণ্ডীৰ পৰা ওলাই অহা নাই অধ্যক্ষ। মই সদনৰ সময় নষ্ট কৰা বুলি কৈছে অধ্যক্ষই। NRCৰ কথা কওতে সদনৰ সময় নষ্ট কৰা বুলি কোৱা কথা দুৰ্ভাগ্যজনক আখ্যা শ্বেৰমানৰ।

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং