20 C
Guwahati
Saturday, January 29, 2022
More

    স্বাস্থ্য পৰীক্ষাৰ বাবে GMCHলৈ নিয়া হয় শ্বাৰ্জিল ইমামক

    আজি শ্বাৰ্জিল ইমামক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা। জেৰাত শ্বাৰ্জিলৰ পৰা আৰক্ষীয়ে বহু তথ্য লাভ কৰিছে

    আজি পুৱা শ্বাৰ্জিল ইমামক GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল। আৰক্ষীয়ে GMCHলৈ নিয়ে শ্বাৰ্জিলক। স্বাস্থ্য পৰীক্ষাৰ পিছত অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় শ্বাৰ্জিলক। শ্বাৰ্জিলক অপৰাধ অনুসন্ধান শাখাই চলাব জেৰা।

    JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামক ৪ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। আজি শ্বাৰ্জিল ইমামক আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা। জেৰাত শ্বাৰ্জিলৰ পৰা আৰক্ষীয়ে বহু তথ্য লাভ কৰিছে। ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হৈছিল শ্বাৰ্জিল ইমামক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং