26 C
Guwahati
Sunday, September 19, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    ছাত্ৰক চুটিকৈ চুলি কাটিবলৈ দি ৰেগিং কৰাৰ অভিযোগ অভিভাৱকৰ

    বৰপেটা মেডিকেল কলেজত সংঘটিত হৈছে এই ঘটনা।

    বৰপেটা মেডিকেল কলেজৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগ অভিভাৱকৰ। বৰপেটা চহৰৰ ভকতপাৰাৰ সমীপৰ ছাত্ৰাবাসত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। কনিষ্ঠ ছাত্ৰক চুটিকৈ চুলি কাটিবলৈ বাধ্য কৰোৱাৰ অভিযোগ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে।

    সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মেডিকেল কলেজৰ নতুন ছাত্ৰই চুটিকৈ চুলি কটাটো নিয়ম বুলিহে মন্তব্য কৰে। বৰপেটা চহৰৰ ভকতপাৰাস্থিত ছাত্ৰাবাসত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    স্প্যান বসানোর কাজ শেষ, দৃশ্যমান হল বাংলাদেশের স্বপ্নের পদ্মা সেতু

    ২০২২ সালের জুন মাসের মধ্যে পদ্মা সেতু চালু হবে বলে জানিয়েছেন মন্ত্রিপরিষদ সচিব খন্দকার আনোয়ারুল ইসলাম।

    কামাখ্যা মন্দিৰ দৰ্শন কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

    নেডাৰ বৈঠকত পুৱা প্ৰায় ১১ বজাৰ পৰা অংশগ্ৰহণ কৰি আবেলি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব

    “ইচ্ছামৃত্যু” বিচাৰি বেতন বঞ্চিত শিক্ষকৰ ৰাষ্ট্রপতি-ৰাজ্যপাললৈ আবেদন

    শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে