বৰপেটা মেডিকেল কলেজৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগ অভিভাৱকৰ। বৰপেটা চহৰৰ ভকতপাৰাৰ সমীপৰ ছাত্ৰাবাসত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ। কনিষ্ঠ ছাত্ৰক চুটিকৈ চুলি কাটিবলৈ বাধ্য কৰোৱাৰ অভিযোগ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মেডিকেল কলেজৰ নতুন ছাত্ৰই চুটিকৈ চুলি কটাটো নিয়ম বুলিহে মন্তব্য কৰে। বৰপেটা চহৰৰ ভকতপাৰাস্থিত ছাত্ৰাবাসত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।