14.5 C
Guwahati
Wednesday, January 26, 2022
More

    গুৱাহাটী মহানগৰীত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি

    ২৬ আগষ্টৰ পৰা জাৰি কৰা হৈছে এই ধাৰা।

    অন্তিমখন NRCৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্বে ১৪৪ ধাৰা জাৰি। মহানগৰীত ২৬ আগষ্টৰ পৰা ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ধাৰা জাৰি থকাৰ সময়ত একেলগে সমবেত নোৱাৰিব বহু লোক আৰু প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰিব।

    শান্তি ব্যৱস্থা বজাই ৰখাৰ উদ্দেশ্যৰে APS ৰঞ্জন ভূঞাই প্ৰদান কৰিছে এই নিৰ্দেশনা। দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও, সোণাপুৰ আৰু ক্ষেত্ৰীত জাৰি হ’ব ১৪৪ ধাৰা।

    Photo credit: janambhumi.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং