18.8 C
Guwahati
Saturday, March 25, 2023
More

    ট্ৰেক্টৰ আৰু স্ক’ৰপিঅ’ৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ, ঠাইতে নিহত ১১ গুৰুতৰভাৱে আহত ৪

    আহত সকলক ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে

    ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেক্টৰ আৰু স্ক’ৰপিঅ’ বাহনৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ। এই ভয়ানক দুৰ্ঘটনাত ঠাইতে নিহত ১১জনকৈ লোক। অন্যহাতে গুৰুতৰভাৱে আহত ৪জন।

    এই ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰৰ ২৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ মুজ্জফৰপুৰৰ কাণ্টিত। আহত সকলক ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানে হাস্পতালত চিকিৎসা চলি আছে আহত সকলৰ। তেওঁলোকৰ স্বাস্থ্যৰ উন্নতিৰ বিষয়ে কোনো ধৰণৰ তথ্যা সদৰি কৰা নাই চিকিৎসকে।

    Photo Credit: Webdesk time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং