12.5 C
Guwahati
Saturday, January 29, 2022
More

    ডিব্ৰুগড়ত সংকল্প সমাৰোহৰ খতিয়ান ল’লে সোণোৱালে

    প্ৰায় দুই লাখ লোকৰ সমাৱেশ ঘটোৱাৰ আশা প্ৰকাশ কৰিছে বিজেপিয়ে

    ডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহৰ বাবে তৎপৰতা। চহৰৰ উপকণ্ঠ খনিকৰত স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অহা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই সংকল্প সমাৰোহ। প্ৰায় দুই লাখ লোকৰ সমাৱেশ ঘটোৱাৰ আশা প্ৰকাশ কৰিছে বিজেপিয়ে।

    মুখ্যমন্ত্ৰীৰ সৈতে ডিব্ৰুগড় জিলাৰ ৫ জন বিধায়কেও আহি সংগ দিয়ে এই পৰিদৰ্শন কাৰ্যসূচীত। সংকল্প সমাৰোহৰ বাবে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা। দলীয় কৰ্মকৰ্তাক সমাৰোহৰ প্ৰতিটো দিশ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

    Photo: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং