33 C
Guwahati
Wednesday, September 28, 2022
More

    উত্তৰ অভয়াপুৰী সমষ্টিৰ কাচদহাত আমছুৰ তীব্ৰ প্ৰতিবাদ

    ডাঙাইগাঁও-কীৰ্তনপাৰা সংযোগী পকী পথ মেৰামতিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ তকা গুৰুত্বপূৰ্ণ পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ দাবী প্ৰতিবাদকাৰীৰ

    উত্তৰ অভয়াপুৰী সমষ্টিৰ কাচদহাত আমছুৰ তীব্ৰ প্ৰতিবাদ। ডাঙাইগাঁও-কীৰ্তনপাৰা সংযোগী পকী পথ মেৰামতিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা গুৰুত্বপূৰ্ণ পথছোৱা শীঘ্ৰেই মেৰামতি কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় ৰাইজৰো অংশগ্ৰহণ। বিধায়ক আব্দুল হাই নাগৰী, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, গড়কাপ্তানী বিভাগ মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। উক্ত পথছোৱা শীঘ্ৰেই মেৰামতিৰ দাবী অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং