27 C
Guwahati
Saturday, September 25, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    আজি ১ বজাত দিল্লীত JD(U)ত যোগ দিব আৰ পি শৰ্মাই!

    বিজেপিৰ পৰা পদত্যাগ কৰি JD(U) যোগদানৰ সিদ্ধান্ত ৰাম প্ৰসাদ শৰ্মাৰ।

    ইয়াত শুনক

    আজি ১ বজাত JD(U)ত যোগদান কৰিব প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই। বিজেপিৰ পৰা পদত্যাগ কৰি জনতা দল(ইউনাইটেড)ত যোগদানৰ সিদ্ধান্ত তেজপুৰৰ প্ৰাক্তন সাংসদগৰাকীৰ।

    আজি আৰ পি শৰ্মাই বিজেপিৰ পৰা কৰিব পদত্যাগ আৰু দেওবাৰে JD(Uত যোগদান কৰাৰ সম্ভাৱনা।

    জেডিইউৰ তৰফৰ পৰা নিশ্চিত কৰিছে এই কথা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    ন্যায়ালয়ত মুখ থেকেচা নৱ ঠাকুৰীয়াৰ, কাইলৈ অনুষ্ঠিত হ’বই গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন

    কাইলৈ পুৱা ৮ বজাৰ পৰাই বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা

    আজি সতী সাধনী দিৱস; জানো আহক সতী সাধনীৰ ইতিহাস

    যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী

    এজন দুজন নহয় ৪০০জন লোকক কোৱাৰাইণ্টাইন মৰিয়নীত

    নাগালেণ্ডৰ পৰা নিজৰ ঘৰলৈ যাবৰ বাবে খোজকাঢ়ি আহিছিল এইসকল লোকে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    ৰহস্যময়ী Bloodwood Tree, কাটিলে ওলাই মানুহৰ দৰে তেজ

    এই অসাধাৰণ ব্লাডউড ট্ৰী(Bloodwood tree) দক্ষিণ আফ্ৰিকাৰ উপৰিও মোজাম্বিক, নামীবিয়া, তঞ্জানিয়া আৰু জিম্বাৱে'ৰ দৰে দেশত পোৱা যায়