23.7 C
Guwahati
Thursday, October 6, 2022
More

    ৰয়েল গ্ল’ৱেল বিদ্যালয়ত বহু উচাহেৰে উদযাপন কৰে ৭১ সংখ্যক গণৰাজ্য দিৱস

    গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত উয়িং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্যই

    সমগ্ৰ দেশৰ লগতে ৰয়েল গ্ল’ৱেল বিদ্যালয়তো বহু উচাহেৰে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস। সেই উদ্দেশ্য বিদ্যালয়খনত পুৱাৰে পৰা আৰম্ভ গয় বিভিন্ন কাৰ্যসূচীৰো।

    এই কাৰ্যসূচীত অংশ লয় বিদ্যালয়খনৰ প্ৰায় সমূহ ছাত্ৰ-ছাত্ৰীয়ে। জাতীয় পতাকা উত্তোলনেৰে আৰম্ভ হয় দিনটোৰ কাৰ্যসূচী। তাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলে উলিয়াই এক পেৰেড। আমন্ত্ৰীত অতিথিৰ সমুখত অতি সুন্দৰ ভাৱে কৰি দেখুৱাই এই পেৰেড অনুষ্ঠান।

    গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰে অৱসৰ প্ৰাপ্ত উয়িং কমাণ্ডাৰ জগদীশ ভট্টাচাৰ্যই। লগতে এই অনুষ্ঠানত ভাগ লয় বিদ্যালয় খনৰ অধ্যক্ষা অনুভা গোয়েলে।

    Photo: TIME8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং