26 C
Guwahati
Wednesday, September 28, 2022
More

    দক্ষিণ কামৰূপত এম্ৱুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু ঘটিল ৰোগীৰ

    দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰেভেলাৰ আৰু এম্বুলেঞ্চৰ মাজত হোৱা সংঘৰ্ষৰ ফলত থিতাতে নিহত এম্ৱুলেঞ্চখনে কঢ়িয়াই নিয়া ৰোগীজন। গুৰুতৰভাৱে আহত ৰোগীজনৰ ৩গৰাকীকৈ আত্মীয়। ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক। তিনিওগৰাকীকে ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং