27 C
Guwahati
Wednesday, June 29, 2022
More

    নগাঁৱত কাঠভৰ্তি ট্ৰাক বাগৰি পৰিল বলেৰ’ৰ ওপৰত; গুৰুতৰভাৱে আহত ৩

    ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ

    নগাঁও নৰ্তমগাঁৱত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। এখন কাঠভৰ্তি ট্ৰাক বাগৰি পৰিল যাত্ৰীবাহী বলেৰ’ বাহনৰ ওপৰত।
    কাঠভৰ্তি ট্ৰাকখনৰ নম্বৰ AS09C 6372 আৰু বলেৰ’খনৰ নম্বৰ AS 01DY 9031।

    বলেৰ’খনত অহা ৩জন যাত্ৰী গুৰুতৰভাৱে আহত।গুৰুতৰভাৱে আহত লোককেইজনক ততাতৈয়াকৈ নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং