19 C
Guwahati
Sunday, November 27, 2022
More

    সুৰা বিপণী খোলাৰ দিনাই অঘটন,সুৰামত্ত বাইক আৰোহীয়ে খুন্দিয়ালে চাৰিচকীয়া বাহনত

    বাইক আৰোহীজনৰ অৱস্থা সংকটজনক

    লক ডাউনৰ মাজতে সুৰা বিপণী খোলাৰ প্ৰথম দিনাই মহানগৰীত অঘটন। গুৱাহাটীৰ পাঞ্জাবাৰী বিপণন ক্ষেত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা।সুৰাপান কৰি বাইক চলাই খুন্দিয়ালে চাৰিচকীয়া বাহনত।নিয়ন্ত্ৰণ হেৰুৱাই হোণ্ডাই গ্ৰেণ্ড আইটেন বাহনত প্ৰচণ্ড খুন্দা বাইকৰ।

    দুৰ্ঘটনাৰ ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।বাইক আৰোহীজনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ।দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS01EF9513 আৰু হোণ্ডাইখনৰ নম্বৰ AS01EE3111।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং