29 C
Guwahati
Monday, October 25, 2021
More

    Breaking: ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী

    পৰীক্ষা দিবলৈ চাইকেলেৰে আহি থকা অৱস্থাত মৃত্যুক আঁকোৱালি ল'লে মৌচুমী বিশ্বাসে

    মহানগৰীৰ সমীপৰ ধোপগুৰিৰ কৰাইগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী।

    পৰীক্ষা দিবলৈ চাইকেলেৰে আহি থকা অৱস্থাত তীব্ৰ জোৰে ডাম্পাৰখনে খুন্দা মাৰে মৌচুমী বিশ্বাস নামৰ ছাত্ৰীগৰাকীক। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং