35 C
Guwahati
Wednesday, October 13, 2021
More

    দৰঙত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

    ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে

    দৰঙৰ দলগাঁৱত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলেৰে গৈ থকা অৱস্থাত গাড়ী এখনে খুন্দিওৱাত মৃত্যু হয় নাৰায়ন সেন(৬৫) নামৰ লোক এজনৰ৷

    ব্যক্তিজনৰ ঘৰ দলগাঁৱত ৷ ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

    Photo Credit : kttn.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং