27 C
Guwahati
Wednesday, December 1, 2021
More

    মৰ্মান্তিকঃ ওৰাঙৰ ভয়ংকৰ দুৰ্ঘটনাস্থলীত পুনৰ শোকাৱহ দুৰ্ঘটনাত নিহত এজন

    ট্ৰাকখন মাজ ৰাস্তাৰ পৰা এতিয়ালৈ স্থানান্তৰ নকৰাৰ বাবে এতিয়ালৈ আকৌ এজন লোকৰ প্ৰাণ গ’ল

    ওৰাঙৰ গেলাবিলত পুনৰ ভয়ানক দুৰ্ঘটনা৷ ৰৈ থকা একেখন ট্ৰাকতে স্কুটিৰ প্ৰচণ্ড খুন্দা৷

    দুৰ্ঘটনাত থিতাতে নিহত এজন৷ আহত পত্নী-সন্তান৷ পুনৰাই হোৱা দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত প্ৰতিবাদ৷

    আৰক্ষী প্ৰশাসনৰ হেমাহিৰ বাবেই পুনৰ দুৰ্ঘটনা সংঘটিত হ’ল।

    ট্ৰাকখন মাজ ৰাস্তাৰ পৰা এতিয়ালৈ স্থানান্তৰ নকৰাৰ বাবে এতিয়ালৈ আকৌ এজন লোকৰ প্ৰাণ গ’ল৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং