27 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ২জন থিতাতে নিহত

    এজনক সংকটজনক অৱস্থাত নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে

    নলবাৰীৰ অন্তৰ্গত কদমতল ভেল্লাচকত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত দুজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷

    দ্ৰুতবেগী পাঠশালা অভিমুখী এছ- ০১-বিচি-৩২৯০ নং টাটা মোবাইল গাড়ীখনে পাছফালৰ পৰা বাইক আৰোহী অভিনাশ বৰ্মন আৰু গজেন কুমাৰ ৰাজবংশীক খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় ৷ এজনক সংকটজনক অৱস্থাত নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত দুয়োজন লোক মেডিকেল ৰিপ্ৰেজেণ্টেটিভত কাম কৰিছিল।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং