27 C
Guwahati
Thursday, October 14, 2021
More

    Breaking:নলবাৰীৰ গণেশ মন্দিৰত পথ দুৰ্ঘটনাত থিতাতে নিহত ১ আহত ২

    নিহত লোকজন এতিয়া লৈকে চিনাক্ত হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখন ঘগ্ৰাপাৰত জব্দ

    নলবাৰীৰ গণেশ মন্দিৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰৰ খুণ্ডাত থিতাতে নিহত চাইকেল আৰোহী। দুজন পথচাৰীকো মহতিয়াই নিলে নিয়ন্ত্ৰণহীন ডাম্পাৰে। সংকটজনক অৱস্থাত দুই পথচাৰীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি।

    নিহত লোকজন এতিয়া লৈকে চিনাক্ত হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰখন ঘগ্ৰাপাৰত জব্দ। ক্ষুদ্ধ ৰাইজে অৱৰোধ কৰিলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং