26 C
Guwahati
Monday, October 3, 2022
More

    Breaking: মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩জন নিহত

    গুৰতৰভাৱে আহত এগৰাকী মহিলা

    মাৰ্ঘেৰিটাৰ লেখাপানী বামাকেম্পত সংঘটিত হৈছে ভয়ংকৰ পথ দুঘটনা। শিলগুটি কঢ়িয়াই অনা ডাম্পাৰে মহটিয়ালে দুখনকৈ বাইকক।

    Photo: Time8

    দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত ৩জন বাইকআৰোহী। গুৰতৰভাৱে আহত এগৰাকী মহিলা। আহত মহিলাগৰাকীক চিকিত্সাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত আৰক্ষী।

    Photo credit: thehansindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং