25 C
Guwahati
Friday, May 20, 2022
More

    Breaking: অসম আৰক্ষীত ব্যাপক ৰদবদল

    কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সালসলনি

    অসম আৰক্ষীত ব্যাপক ৰদবদল। কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সালসলনি। কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক মুখ্য কাৰ্যালয়লৈ বদলি। বিশেষ শাখাৰ SP ভানোৱাৰ লাল মীনাক শদিয়াৰ SP পদত নিযুক্তি দিয়া হৈছে।

    Photo: লীনা দলে

    শদিয়াৰ SP দেৱজিত্‍ দেউৰীক কাৰ্বি আংলঙলৈ বদলি কৰা হৈছে। CIDৰ SP লীনা দলেক যোৰহাটৰ বিশেষ শাখালৈ বদলি কৰা হৈছে। যোৰহাটৰ বিশেষ শাখাৰ SP ভি ভি আৰ ৰেড্ডীক CIDৰ SP হিচাপে নিযুক্তি দিয়া হৈছে। SB(Z)ৰ SP ৰত্না সিঙক SP(E)লৈ বদলি কৰা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং