সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত আৰু কেইটামান মিনিটৰ পিছতে প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। ১০ বজাৰ লগে লগে NRC তালিকা প্ৰকাশ কৰিবলৈ সাজু বিষয়া-কৰ্মচাৰী, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ আছে আৰক্ষী তথা প্ৰশাসনৰ লোকো।





