29 C
Guwahati
Saturday, October 23, 2021
More

    কটন বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাৰ সময় সূচী প্ৰকাশ

    অহা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব পৰীক্ষা সমুহ

    গুৱহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়েও বাতিল কৰিছিল পৰীক্ষা। ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কথা আছিল সকলো পৰীক্ষা। কটন বিশ্ববিদ্যালয়ে পৰীক্ষা বাতিলৰ লগতে সকলো শ্ৰেণীয়ো বৰ্জন কৰিছিল।

    Photo: Time8

    সেয়ে আকৌ প্ৰকাশ কৰে নতুন পৰীক্ষাৰ সময় সূচী। নতুন পৰীক্ষাৰ সময় সূচী অনুসৰি অহা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমুহ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং