28 C
Guwahati
Wednesday, October 27, 2021
More

    Big Breaking: বিজেপিৰ পৰা পদত্যাগ অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ

    এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগণৰ লগত থকাৰ সিদ্ধান্ত ল'লো

    বিজেপিৰ পৰা পদত্যাগ কৰিলে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মায়ে। এই কথা ঘোষণা কৰি তেওঁ কয়-জাতীয় জীৱনৰ এই সংকটৰ সময়ত এজন শিল্পী হিচাবে মই সংগ্ৰামী জনগণৰ লগত থকাৰ সিদ্ধান্ত ল’লো।

    CABৰ বিৰোধিতা কৰি মই BJP4Assam দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলো। আজি দিনৰ ২ বজাত মই প্ৰেছ মেল সম্বোধন কৰিম ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং