25.9 C
Guwahati
Tuesday, August 9, 2022
More

    বাক্সাৰ গোৰেশ্বৰত জঘন্য ঘটনা

    ৰঙিয়া ষ্টেচনৰ পৰা মহিলাগৰাকীক কাম দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে ফুচুলাই ঘৰলৈ নি জঘন্য কাণ্ড সংঘটিত কৰে।।

    গোৰেশ্বৰ আৰক্ষী থানাৰ অৰ্ন্তগত কলবাৰীৰ ৰবীন কলিতা নামৰ এজন লোকে এগৰাকী মহিলাক ধৰ্ষণ কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। কেৱল ধৰ্ষণেই নহয় চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰে। এই ঘটনাক লৈ গোৰেশ্বৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং