27 C
Guwahati
Monday, November 29, 2021
More

    ৩০টা পৰিয়ালক ৫ কেজিকৈ চাউল বিতৰণ কৰিব ৰাজকুমাৰ ঠাকুৰীয়াই

    মিৰ্জা বা তাৰ আশে-পাশে থকা আৰ্তজনক ৰাজকুমাৰ ঠাকুৰীয়াই আগবঢ়াব সহায়ৰ হাত

    সমগ্ৰ বিশ্বৰ লগতে অসমতো কেৱল এতিয়া কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। কৰ’ণাক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশতে চলি আছে ২১ দিনীয়া লক ডাউন।লক ডাউনৰ মাজতে আৰ্তজনক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে ৰাজকুমাৰ ঠাকুৰীয়া, যাক সকলোৱে মৰমতে মাতে ৰাকু দা বুলি।

    মিৰ্জা বা তাৰ আশে-পাশে ৩০টা অতি দৰিদ্ৰ পৰিয়ালক ৫ কেজিকৈ চাউল বিতৰণৰ কথা ঘোষণা ৰাজকুমাৰ ঠাকুৰীয়াৰ। নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে ৰাজকুমাৰ ঠাকুৰীয়াই এই কথা জনায়।অৱশ্যে লক ডাউন শেষ হোৱাৰ পিছতহে দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াব ঠাকুৰীয়াই।

    Photo Credit: Facebook

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং