‘এইখন NRC বিদেশীক পট্টা দিয়াৰ দলিল, এইখন NRC আসোৱাহপূৰ্ণ NRC, এইখন NRCত স্বদেশীৰ নাম কটা গ’ল আৰু বিদেশীৰ নাম সোমাল।’- NRCৰ প্ৰকাশৰ পিছতে নগাঁৱত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ।
এইখন NRC বিদেশীক পট্টা দিয়াৰ দলিলঃ ৰাজেন গোঁহাই
'এইখন NRCত স্বদেশীৰ নাম কটা গ'ল আৰু বিদেশীৰ নাম সোমাল।'- NRCৰ প্ৰকাশৰ পিছতে নগাঁৱত এই মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ।
Published:
First published