33 C
Guwahati
Wednesday, September 28, 2022
More

    মুষলধাৰ বৰষুণেও বাধা দিব নোৱাৰিলে এগৰাকী মহিলা কনিষ্টবলক নিজৰ কৰ্তব্য পালন কৰাত

    ছচিয়েল মিডিয়াত মহিলা জোৱানগৰাকীৰ ফটো ভাইৰেল হোৱাৰ পিছতে ৰঞ্জুলা আৰু নগাঁও আৰক্ষীক ভূয়সী প্ৰসংশা কৰিছিল বিভিন্নজনে।

    প্ৰবল বৰষুণকো নেওচি নগাঁও চহৰৰ যান–জঁট নিয়ন্ত্ৰণ কৰা এইগৰাকী মহিলা কনিষ্টবল। মুষলধাৰ বৰষুণতো নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল ৰঞ্জুলা দেৱী নামৰ এইগৰাকী মহিলা জোৱানে।

    ছচিয়েল মিডিয়াত মহিলা জোৱানগৰাকীৰ ফটো ভাইৰেল হোৱাৰ পিছতে ৰঞ্জুলা আৰু নগাঁও আৰক্ষীক ভূয়সী প্ৰসংশা কৰিছিল বিভিন্নজনে।

    ধাৰাসাৰ বৰষুণত নিজৰ কৰ্তব্য পালন কৰা নগাঁও আৰক্ষীৰ যান-বাহন শাখাৰ মহিলা জোৱান ৰঞ্জুলা দেৱীক টুইটাৰযোগে শুভচ্ছা জ্ঞাপন কৰিলে দৌৰ ৰানী হিমা দাসে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং