12.5 C
Guwahati
Saturday, January 29, 2022
More

    হোজাইত হঠাৎ শিলাদিত্য মূৰ্দাবাদ ধ্বনি!কিন্তু কিয়?

    জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ

    হোজাই জিলাৰ লংকাৰ ভালুকমাৰিৰ আমপুখুৰীত স্থানীয় ৰাইজে সাব্যস্ত কৰে এক উত্তাল প্ৰতিবাদ। পথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজে সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ।
    বহুদিন ধৰি অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছিল।

    স্থানীয় ৰাইজে বাৰম্বাৰ বিধায়ক শিলাদিত্য দেৱক অভিযোগ দিয়াৰ পিছত কোনো ব্যৱস্থা নোলোৱাৰ বাবেই আজি এই প্ৰতিবাদ সাব্যস্ত কৰে। শিলাদিত্য দেৱ মূৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ধ জনতাই।

    Photo Credit:@biswajit-chakraborty

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং