28 C
Guwahati
Wednesday, October 27, 2021
More

    কেবৰ বিৰুদ্ধে মৌন প্ৰতিবাদত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

    ৰাজ্যৰ নামত চৰকাৰৰ স্থিতি যিয়েই নহওঁক জাতি মাটি আৰু ভেটিৰ বাবে ছাত্ৰ সমাজ সদায় আগত

    কটন বিশ্ববিদ্যালয়ৰ সমুখত মৌন প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী । শ্ৰেণী বৰ্জন কৰি কেবৰ বিৰুদ্ধে এইদৰে বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰতেই প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰীসকল । হাতে হাতে প্লেকাৰ্ড লৈ কেন্দ্ৰৰ বিৰুদ্ধে পদপথতে ছাত্ৰ সমাজৰ এই বিৰোধিতা । কোনো কাৰণতেই মানি লোৱা নহ’ব কেব, পঢ়াৰ মাজতো সমানে চলাই যাব কেবৰ বিৰোধিতা ।

    জাতিৰ নামত ছাত্ৰ সমাজৰ স্থিতি সদায় মজবুত আৰু সবল থাকিব বুলিও উল্লেখ কৰে প্লেকাৰ্ড সমূহত। ৰাজ্যৰ নামত চৰকাৰৰ স্থিতি যিয়েই নহওঁক জাতি মাটি আৰু ভেটিৰ বাবে ছাত্ৰ সমাজ সদায় আগত ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং