19 C
Guwahati
Monday, February 6, 2023
More

    কৰ’ণা আতংকৰ মাজতে নগাঁৱত চলিছে দেহ ব্যৱসায়; দুই মহিলাসহ দুজন লোকক আটক

    দীৰ্ঘদিনৰ পৰা গমাৰিআটিৰ চাহাৰ বেগম নামৰ মহিলাগৰাকীয়ে ঘৰলৈ অন্য মহিলাকো আনি দেহ ব্যৱসায় চলাই আহিছিল

    কৰ’ণা আতংকৰ মাজতে নগাঁৱৰ ৰাঙলুত উত্তেজনা। ৰাঙলুত গমাৰিআটিত আৰক্ষীৰ অভিযান৷ দেহ ব্যৱসায়ত জড়িত দুগৰাকী মহিলাসহ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে৷

    দীৰ্ঘদিনৰ পৰা গমাৰিআটিৰ চাহাৰ বেগম নামৰ মহিলাগৰাকীয়ে ঘৰলৈ অন্য মহিলাকো আনি দেহ ব্যৱসায় চলাই আহিছিল৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই দুই মহিলাসহ দুজন লোকক আটক কৰে৷

    ধৃত লোক দুজন পাপু ৰায় আৰু ৰাজেন যাদৱ৷ ধৃত চাৰিওজনকে নগাঁও সদৰ থানালৈ প্ৰেৰণ৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং