কৰ’ণা আতংকৰ মাজতে নগাঁৱৰ ৰাঙলুত উত্তেজনা। ৰাঙলুত গমাৰিআটিত আৰক্ষীৰ অভিযান৷ দেহ ব্যৱসায়ত জড়িত দুগৰাকী মহিলাসহ দুজন যুৱকক আটক কৰে আৰক্ষীয়ে৷
দীৰ্ঘদিনৰ পৰা গমাৰিআটিৰ চাহাৰ বেগম নামৰ মহিলাগৰাকীয়ে ঘৰলৈ অন্য মহিলাকো আনি দেহ ব্যৱসায় চলাই আহিছিল৷ স্থানীয় লোকৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই দুই মহিলাসহ দুজন লোকক আটক কৰে৷
ধৃত লোক দুজন পাপু ৰায় আৰু ৰাজেন যাদৱ৷ ধৃত চাৰিওজনকে নগাঁও সদৰ থানালৈ প্ৰেৰণ৷
Photo: Time8