23.4 C
Guwahati
Wednesday, October 20, 2021
More

    দৰঙত জুবিন গাৰ্গৰ কুশল কামনাৰ্থে ১০০১ গছি বন্তি প্ৰজ্বলন,চাওক ভিডিঅ’

    ছিপাঝাৰত এক লাখ গছপুলি ৰোপণৰ সাহায্যাৰ্থে জুবিনৰ সংগীতানুষ্ঠান আছিল বাঘৰবাৰীত

    দৰঙত জুবিন গাৰ্গৰ আশু আৰোগ্য কামনাৰে বন্তি প্ৰজ্বলন৷ ৰেনেচাঁ ক্লাৱ বাঘৰবাৰী আৰু দৰং বৃক্ষৰোপণ গোটৰ উদ্যোগত এই কাৰ্যসূচী। ১০০১ গছি বন্তি প্ৰজ্বলন কৰে আশু আৰোগ্য কামনাৰে৷ ছিপাঝাৰত এক লাখ গছপুলি ৰোপণৰ সাহায্যাৰ্থে জুবিনৰ সংগীতানুষ্ঠান আছিল বাঘৰবাৰীত৷

    Time8

    পঞ্চাছ হাজাৰ নম্বৰ গছপুলিটো ৰোপণ কৰাৰ কথা আছিল জুবিনৰ৷ ৩৫৩২৭ জোপা গছপুলি ৰোপণ কৰিছে দৰং বৃক্ষৰোপণ গোটে ৷ ২২ চেপ্তেম্বৰত দেওমৰনৈ মহাবিদ্যালয়ত আৰম্ভ কৰিছিল এক লাখ গছপুলি ৰোপণৰ কাৰ্যসুচী৷ দৰং সেউজীকৰণ কৰাই মূল উদ্দেশ্য আছিল এই গোটৰ৷

    Time8

    Input: Kishor Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং