30 C
Guwahati
Wednesday, October 27, 2021
More

    অগপৰ অনুষ্ঠানলৈ মোক মতা নাছিল; মোক মাতিলেও নগ’লোহেতেনঃ প্ৰফুল্ল কুমাৰ মহন্ত

    'মোক অগপৰ ছাত্র সংগঠনৰ অনুষ্ঠানত মতা নাছিল আৰু মোক মাতিলেও নগ'লোহেতেন, কাৰণ আছুহে অসমৰ বাবে প্ৰয়োজনীয়।'- বৃহস্পতিবাৰে অগপৰ ছাত্র সংগঠনৰ জন্মৰ অনুষ্ঠানত উপস্থিত নথকা সন্দৰ্ভত এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ

    ‘CABৰ জৰিয়তে বিদেশীক ৰঙা দলিচা পাৰি দিয়া হৈছে। CAB-এ খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰিব। CABৰ বিৰোধিতা কৰাসকলক অগপই নিলম্বনহে কৰিছে।’- সংবাদমেলত CABৰ বিৰোধিতাৰে এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্ত।

    অগপ নেতৃত্বই ক্ষমতাৰ বাবে, আসনৰ বাবে শাসকপক্ষৰ লগত মিতিৰালি কৰাতো উচিত নহয়, কাৰণ অগপই CABৰ বিৰোধীতা কৰাৰ বাবে সিদ্ধান্ত লৈ থৈছে, সংবাদমেলযোগে এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ।

    ‘মোক অগপৰ ছাত্র সংগঠনৰ অনুষ্ঠানত মতা নাছিল আৰু মোক মাতিলেও নগ’লোহেতেন, কাৰণ আছুহে অসমৰ বাবে প্ৰয়োজনীয়।’- বৃহস্পতিবাৰে অগপৰ ছাত্র সংগঠনৰ জন্মৰ অনুষ্ঠানত উপস্থিত নথকা সন্দৰ্ভত এই মন্তব্য প্ৰফুল্ল কুমাৰ মহন্তৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং