25 C
Guwahati
Thursday, October 21, 2021
More

    আৰক্ষী কনিষ্টবলৰ উৎকোচ লোৱাৰ ভাইৰেল VIDEO, এই ঘটনা হোজাইৰ

    হোজাই জিলাৰ উদালী পহৰা চকীত নিয়োজিত আফজল হুছেইন নামৰ এজন কনিষ্টবলে উৎকোচ লোৱাৰ ভিডিঅ' ভাইৰেল হৈছে

    নিৰ্লজ্জ! অসম আৰক্ষীৰ নিৰ্লজ্জ কাণ্ডক উদঙাই দিয়া এক ভাইৰেল ভিডিঅ’! বেয়া দিন পৰিছে অসম আৰকীৰ। এজনৰ পিছত আন এজন আৰক্ষীৰ কলংকিত কাহিনী পোহৰলৈ আহিছিল। এইবাৰ হোজাইৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

    হোজাই জিলাৰ উদালী পহৰা চকীত নিয়োজিত আফজল হুছেইন নামৰ এজন কনিষ্টবলে উৎকোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈছে।

    কিছুদিন পূৰ্বে আৰক্ষীয়ে মাছৰ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। চাওক ভিডিঅ’:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং