12.5 C
Guwahati
Saturday, January 29, 2022
More

    কৰ’ণাতংকঃ আজি দিনৰ ১১ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

    ৰেডিঅ'যোগে প্ৰধানমন্ত্ৰী 'মোদীৰ মন কী বাত' অনুষ্ঠানত কৰ'ণা ভাইৰাছক লৈ কোৱা হ'ব বহু গুৰুত্বপূৰ্ণ কথা

    সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰিছে কৰ’ণা ভাইৰাছে। এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ কমক চাৰি বাঢ়িছেহে। ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

    আজি পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জনতাক কৰিব সম্বোধন। ৰেডিঅ’যোগে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান। কৰ’ণাক লৈ মোদীয়ে পুনৰ কৰিব পাৰে গুৰুত্বপূৰ্ণ ঘোষণা।

    Photo Credit: The Print

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং