২ অক্টোবৰৰ পৰা দেশজুৰি প্লাষ্টিকেৰে নিৰ্মিত বেগ, কাপ আৰু স্ত্ৰ’ নিষিদ্ধ কৰিবলৈ সাজু হৈছে ভাৰত। চহৰ আৰু গাঁও সমূহত ছিংগল ইউজ প্লাষ্টিকৰ বাবে ভাৰত বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত দেশ।
২০২২লৈ দেশত প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তীত প্লাষ্টিকেৰে নিৰ্মিত ৬ বিধ সামগ্ৰী নিষিদ্ধ কৰিবলৈ কেম্পেইন উন্মোচন কৰিব।
প্লাষ্টিক বেগ, কাপ, প্লেট, সৰু বটল, স্ত্ৰ’ আৰু কেইবিধো সৰু সৰু সামগ্ৰী বন্ধ হোৱাৰ সম্ভাৱনা।