26 C
Guwahati
Wednesday, October 5, 2022
More

    ডাঃ দেৱেন দত্তৰ মৃত্যুত তীব্ৰ গৰিহণা মন্ত্ৰী পীযূষ হাজৰিকাৰ, ফাষ্ট ট্ৰেক আদালতত ঘটনাৰ বিচাৰ হ’ব লাগে

    কিন্তু বৰ্তমান এই ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথক।

    টীয়ক হত্যাকাণ্ডৰ লগত জড়িত দোষীৰ শাস্তিৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ফাষ্ট ট্ৰেক আদালত হ’ব ঘটনাৰ বিচাৰ। সংবাদমেলত এই মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে হত্যাকাণ্ডত জড়িতসকলক শাস্তি প্ৰদান কৰিব লাগে।

    চিকিৎসকক দুৰ্ব্যৱহাৰ নকৰিবলৈ ৰাইজক আহ্বান মন্ত্ৰীগৰাকীৰ। পূৰ্বে অসম চৰকাৰে যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত সুভম গোয়ালাক এই দায়িত্ব প্ৰদান কৰিছিল কিন্তু বৰ্তমান এই ঘটনাৰ তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং