19 C
Guwahati
Saturday, November 26, 2022
More

    গুৱাহাটী ৰে’ল ষ্টেচনত যাত্ৰী স্ক্ৰীনিং পৰীক্ষা মন্ত্ৰী পীযুষ হাজৰিকাৰ

    ব্যক্তিগত হস্পিতালক কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ'বলৈ নিৰ্দেশ

    গুৱাহাটী ৰে’ল ষ্টেচনত মন্ত্ৰী পীযুষ হাজৰিকা। যাত্ৰী স্ক্ৰীনিং কৰা বিষয় পৰীক্ষা কৰিলে মন্ত্ৰীজনে। যাত্ৰীক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈ আহ্বান মন্ত্ৰীজনৰ। ব্যক্তিগত চিকিৎসালয়সমূহলৈ বিশেষ নিৰ্দেশনা মন্ত্ৰীৰ। ৰোগী আহিলে চৰকাৰী হস্পিতাললৈ পঠিয়াই দায়িত্ব সাৰিব নোৱাৰিব।

    ব্যক্তিগত হস্পিতালক কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হ’বলৈ নিৰ্দেশ। আইচিইউ আৰু ভেণ্টিলেচনৰ সংখ্যা বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে চৰকাৰে। জিলা চৰকাৰী হাস্পতালসমূহত আইচ’লেচন ৱাৰ্ড সাজু কৰা হৈছে। প্ৰিণ্টিং দামতকৈ অধিক দামত ছেনিটাইজাৰ বিক্ৰী কৰা ফাৰ্মাচীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং