33 C
Guwahati
Wednesday, September 28, 2022
More

    মৃত্যুমুখৰ দিশে বহু পুৰণি বিস্কুট ফেক্টৰী পাৰলে জি

    মুম্বাইত অচিৰেই বন্ধ কৰি দিয়া হ'ব পুৰণি বিস্কুট ফেক্টৰীটো, চলিত সপ্তাহতে বন্ধ হ'ব বুলি ফেক্টৰীটোৰ কৰ্তৃপক্ষই ঘোষণা কৰিলে এই কথা

    এতিয়াৰে পৰা আৰু ল’ব নোৱাৰিব সকলোৰে যথেষ্ট সমাদৰ লাভ কৰা পাৰলে জি বিস্কুটৰ সোৱাদ। কিয়নো মুম্বাইত অচিৰেই বন্ধ কৰি দিয়া হ’ব পুৰণি বিস্কুট ফেক্টৰীটো।

    বন্ধ হৈ পৰিব মুম্বাইৰ ভিলে পাৰ্লেত ৮৭ বছৰ পূৰ্বে স্থাপিত পাৰ্লে বিস্কুট ফেক্টৰীটো। আৰু অৱশেষত এই বিস্কুট ফেক্টৰীটো চলিত সপ্তাহতে বন্ধ হ’ব বুলি ঘোষণা কৰিছে কৰ্তৃপক্ষই। ফলত বহু হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব লাগিব চাকৰি।

    ১৯২৯ চনত পাৰলে প্ৰডাক্টছ প্ৰাইভেট লিমিটেডৰ দ্বাৰ স্থাপিত এয়া প্ৰথমটো কাৰখানা।

    Photo Credit: Twitter / ParleG

    পাৰলে জি খাই ভালপোৱা লোকসকলে ফেক্টৰী বন্ধ হোৱা সন্দৰ্ভত ছচিয়েল মিডিয়াত নিৰাশাজনক মন্তব্য কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং