27 C
Guwahati
Wednesday, October 13, 2021
More

    কেব সমৰ্থনকাৰীৰ লগত থাকি কেবৰ বিৰোধিতা কৰাটো আচল বাহাদুৰিঃ পৰমানন্দ ৰাজবংশী

    অসমত অধিষ্ঠিত কংগ্ৰেছ, এজিপি, বিজেপি কোনো এখন চৰকাৰে সাহিত্য সভাক প্ৰভাৱিত কৰিব পৰা নাই আৰু নোৱাৰে

    কেবকলৈ জ্বলিছে ৰাজ্য। ৰাজ্যজুৰি প্ৰতিবাদ বিক্ষোভ। তাৰ মাজতে অসম সাহিত্য সভাৰ ভূমিকাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰাৰ সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। পূৰ্বৰ কাৰ্যনিৰ্বাহত কেবৰ বিৰুদ্ধে লোৱা হৈছে সিদ্ধান্ত। আমি আমাৰ সিদ্ধান্তত অটল।

    অসম সাহিত্য সভা জাতীয় সংসদ- অসমীয়া জাতি ভাষাৰ জটিল সন্ধিক্ষণত সাহিত্য সভা সদায় ৰাইজৰ কাষত। অসমত অধিষ্ঠিত কংগ্ৰেছ, এজিপি, বিজেপি কোনো এখন চৰকাৰে সাহিত্য সভাক প্ৰভাৱিত কৰিব পৰা নাই আৰু নোৱাৰে। কেব সমৰ্থনকাৰীৰ লগত থাকি কেবৰ বিৰোধিতা কৰাটো আচল বাহাদুৰি বুলি কৈ আমি সেইটোৱেই কৰি আছো বুলি মন্তব্য কৰে পৰমানন্দ ৰাজবংশীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং