32 C
Guwahati
Thursday, September 22, 2022
More

    কোনে পাব বিজেপিৰ টিকট? জনীয়াৰ বাবে সাজু বিজেপিৰ ৩জনীয়া পেনেল

    আজি সন্ধিয়া দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ পেনেল

    জনীয়াৰ বাবে বিজেপিয়ে চূড়ান্ত কৰিলে প্ৰাৰ্থী পেনেল। ২২ গৰাকী লোকে জনীয়াৰ বাবে কৰিছিল আৱেদন। অৱশেষত ৩ জনীয়া পেনেল প্ৰস্তুত কৰিলে বিজেপিয়ে। মজিবুৰ ৰহমান খান, আব্দুল ছামাদ আৰু ইছমাইল হুছেইনৰ নাম আছে পেনেলত।

    আজি সন্ধিয়া দিল্লীলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ পেনেল। জনীয়া বিধানসভা সমষ্টিত ৩৫খন আৱেদন পত্ৰ আহিছিল আৰু তাৰ ভিতৰত ২২খন ছৰ্ট লিষ্ট কৰা হৈছিল আৰু ১৮জনক মাতি পঠিওৱা হৈছিল সভালৈ আৰু তাৰ পৰা ৩ জনীয়া পেনেল প্ৰস্তুত কৰা হৈছিল।

    Photo credit: sentinelassam.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং